অকণ গাহৰি আৰু এমুঠি পুঠিৰ পাৰ্থক্য বিচাৰিব জানো আপুনি পাৰিব? কিন্তু "এমুঠি পুঠি" চাই নিশ্চয় ক'ব পাৰিব বহুত দিনৰ অন্তত এখন ধুনীয়া অসমীয়া চিনেমা চালোঁ যিখনৰ কাহিনী আছিল সাম্প্ৰতিক সময়ত চলি থকা কিছুমান পৰিস্থিতি আৰু দূৰ গৈ থকা জঁট লগা সম্পৰ্কবোৰৰ লগত খাপ খোৱাকৈ দুটামান ধুনীয়া গান আৰু সৰুতে আমি আইতাৰ পৰা শুনা সাধু কথাৰ ৰহণ সানি সুন্দৰ অভিনয়, পৰিচালনা আৰু cinematography ৰ সংমৃশ্ৰিণ থকা এখন ভাললগা ছবি👌🏽👌🏽👌🏽 #5⭐⭐⭐⭐⭐