Sign in
DIBAKAR SARMA
more_vert
Main menu options
Reviews and other content aren't verified by Google
প্ৰথমতে কম_এই খন এখন অত্যন্ত হৃদয়স্পৰ্শী কাহিনীৰ ছৱি। দুৰ্ভাগ্যজনক ভাৱে ছবিখন মুক্তি পোৱাৰ সময়ত মই অসমত নথকা বাবে চাবলৈ সুযোগ পোৱা নাছিলো। আজি টিভিত চাই বহুত সন্তুষ্টি পালো। মধ্যবিত্ত মানুহৰ মানসিকতা সুন্দৰ ভাৱে প্ৰতিফলন ঘটিছে।
Calendar
Review
·
6y
more_vert
More options